দৃষ্টি – শৈলেন কুমাৰ

PC - Pickpik

অণুগল্প

দৃষ্টি 

শৈলেন কুমাৰ
মিৰ্জা

চৌদিশে কেৱল হত্যা,হিংসা আৰু অৰাজকতা সাধাৰণ মানুহ এইবোৰ উৎপাতৰ মাজত জীয়াই থকাটোৱেই অসম্ভৱ হৈ পৰিছে ৷ তোমাৰ দৃষ্টিতে সকলো আছে,তুমি যদি কল্পনা কৰা সকলোতে কেৱল অস্থিৰতা আছে আৰু যদি তুমি সুস্থিৰভাৱে পৰিলক্ষিত কৰা তোমাৰ হাততে সকলো প্ৰশ্নৰ উত্তৰ আছে কেৱল নিজক চোৱাৰ প্ৰয়োজন ৷