দুৰ্ঘটনাত পতিত জনপ্ৰিয় কণ্ঠশিল্পী ভাস্কৰ অপ্সৱেল

দুৰ্ঘটনাত পতিত জনপ্ৰিয় কণ্ঠশিল্পী ভাস্কৰ অপ্সৱেল

ৰঙিলী বাৰ্ত্তাসেৱা- দুৰ্ঘটনাত পতিত জনপ্ৰিয় কণ্ঠশিল্পী ভাস্কৰ অপ্সৱেল। নিশা দক্ষিণ কামৰূপৰ মিৰ্জাত দুৰ্ঘটনাত পতিত হয় কণ্ঠশিল্পী ভাস্কৰ অপ্সৱেলৰ বাহন।দুধনৈত অনুষ্ঠান পৰিৱেশনৰ বাবে গৈ থকা অৱস্থাত সংঘটিত হৈ এই দুৰ্ঘটনাটো।  AS-06-BC-0910 নম্বৰৰ ট্ৰাকৰ সৈতে AS-01-BM-5555 নম্বৰৰ Inova বাহনৰ মুখামুখি সংঘৰ্ষ হয়। কণ্ঠশিল্পী ভাস্কৰ অপ্সৱেল সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় যদিও নিশাই দুধনৈ উপস্থিত হয় অনুষ্ঠান কৰে ভাস্কৰে।