দুখৰ জোৱাৰ – হীৰক কলিতা

দুখৰ জোৱাৰ
হীৰক কলিতা , নলবাৰী
বাটবোৰত কাঁইটে
বিন্ধিছে আশাবোৰ
কুঁৱলীত হেৰাইছে
নেদেখা নদীৰ
সিপাৰে বিষাদৰ
নৈ খন বৈ আছে
ইপাৰে যেন হৃদয়ৰ
পাৰে পাৰে দুখৰ
জোৱাৰ উঠিছে…।