দালাই লামাৰ ৮৬তম জন্মদিনত প্রধানমন্ত্রীৰ শুভেচ্ছা

pc Hindustan Times

অনলাইন বাৰ্ত্তাসেৱা (PIB Guwahati) –  প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে পূণ্যাত্মা দালাই লামাৰ সৈতে ৬তাৰিখে এক বাৰ্তালাপ কৰে আৰু তেওঁৰ ৮৬তম জন্মদিনত তেওঁক শুভেচ্ছা জনায়। এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কয়, “টেলিফোনত পূণ্যাত্মা @DalaiLamaক তেওঁৰ ৮৬তম জন্মদিনৰ শুভেচ্ছা জনালো। মই তেওঁৰ সুস্থ আৰু দীর্ঘ জীৱন কামনা কৰিছো।”

(UD.)