তৰুণ সেনানী -ৰাজলক্ষ্মী বৰঠাকুৰ

pc- Asian Voice

তৰুণ সেনানী

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট

হে তৰুণ সেনানীৰ দল হাতত হাত ধৰি
আগবাঢ়ি যাওঁ বল সততাৰে, সাহসীকতাৰে
হিংসাৰে নহয় ,অহিংসাৰ পথেৰে বাপুৰ
আদশৰে একতাৰ জয় গান গায়।
সত্য- সুন্দৰৰ সাধনাৰে মহা মিলনৰ মন্ত্র ৰচি
আগবাঢ়ি যাওঁ বল ,
আজি এই লওঁ পণ ক্ষুদ্র স্বার্থ
ত্যাগ কৰি দেশৰ কাৰণে দহৰ কাৰণে
আগবাঢ়ি যাওঁ বল,হে তৰুণ সেনানীৰ দল ।