ত্ৰিপুৰা চৰকাৰৰ সাংবাদিকসকলৰ বাবে স্বাস্থ্য বীমা আঁচনি ঘোষণা 

Pc -The Tripura Post

ত্ৰিপুৰা চৰকাৰৰ সাংবাদিকসকলৰ বাবে স্বাস্থ্য বীমা আঁচনি ঘোষণা 

ৰঙিলী বাৰ্ত্তাসেৱা-   ত্ৰিপুৰা চৰকাৰে প্ৰিণ্ট, ৱেব আৰু ইলেক্ট্ৰনিক মিডিয়া সংগঠনৰ সৈতে জড়িত স্বীকৃত সাংবাদিকসকলৰ বাবে ৩ লাখ টকাৰ স্বাস্থ্য বীমা আঁচনিত অনুমোদন জনাইছে। তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীৰ মতে, ২১-৬৫ বছৰ বয়সৰ সাংবাদিকসকলক আঁচনিখনৰ বাবে যোগ্য বুলি গণ্য কৰা হ’ব। বৰ্তমান ত্ৰিপুৰাত ১৭৭ জন স্বীকৃত সাংবাদিক আছে, চৌধুৰীয়ে কয় ।