তোমাৰ হাঁহিতে প্ৰেম – প্ৰবীণ কুমাৰ টায়ে

Pc Unsplash

তোমাৰ হাঁহিতে প্ৰেম

প্ৰবীণ কুমাৰ টায়ে 
লালুক লক্ষীমপুৰ 

তোমাৰ চকুলৈ চালে
প্ৰেমৰ জোনাক নামে
তুমি চাগে নাজানা
তুমি মোৰ দুচকুত
নিবিচাৰিবা আকৌ
দুপাখি বেলি
এসাগৰ মৰম
বিচাৰিলে বুলিৰে
গুজি দিব নোৱাৰোঁ
মোৰ বুকুৰখন
হেৰুৱাব নুখুজো
দুনাই তোমাৰ সেই
কাঁচি জোনৰ হাঁহিত
মোৰ তেজাল কলিজাখন।