তুমি
কাবেৰী মুদৈ , গোলাঘাট, দেৰগাঁও
তোমাৰ চকু দুটা, নীলাচলৰ দৰে ইমান উজ্জ্বল ।
তোমাৰ হাঁহিটো, সেইটো চিৰদিনৰ বাবে মোৰ ।
তোমাৰ স্পৰ্শ, গ্ৰীষ্মকালীন মৃদু বতাহ
যিয়ে মোৰ আত্মাক শান্ত কৰে ।
তোমাৰ কণ্ঠ, ইমান মিঠা
যিয়ে মোৰ হৃদয়ৰ স্পন্দন ঘন কৰে ।
চিৰদিনৰ বাবে জিলিকি থাকা মোৰ হৈ,,,,
