তথাকথিত
“মানুহে মানুহৰ বাবে
যদিহে অকণো নেভাবে,
অকণি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা।”
-দুখীয়াৰ ধন আত্মসাৎ কৰি নিৰুদ্দেশ হোৱা মানুহজনৰ খোজ লোৱাৰ উদ্দেশ্যে যেতিয়া পুলিচে তেওঁক কল কৰিলে তেতিয়া তেওঁৰ ম’বাইলত এই ডায়েলাৰ টুনটো বাজি উঠিল।।
কাজি শ্বাহাদত ইছলাম
