ঢেঁকীৰ শব্দ – যমুনা দুলু বৈশ্য

Pc Wikimedia Commons

অণুগল্প

ঢেঁকীৰ শব্দ

যমুনা দুলু বৈশ্য,
শুৱালকুছি

তাহানি জাকৰুৱা দিনৰ হাঁহি ,কুকুৰা প্ৰথম ডাকতে শুনা ধান বনাৰ শব্দ শুনিবলৈ নাপাওঁ ।

বহু স্মৃতিৰ সময়ৰ খোজত সাধুকথাৰ কুকিত বন্দী হৈছে সঁচা কাহিনী বোৰ —! !

সময়ৰ অভাৱ ,গাওঁ খন ক্ৰমে নগৰ হ’ল বহু পৰিবৰ্তন ।