ডিমৌ সমষ্টিৰ ‘চাঙে চাঙে কংগ্ৰেছ’ শীৰ্ষক সভা

ডিমৌ সমষ্টিৰ ‘চাঙে চাঙে কংগ্ৰেছ’ শীৰ্ষক সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিমৌ (থাওৰা) সমষ্টিৰ অন্তৰ্গত চৰগুৱা পঞ্চায়তৰ কৈৱত্ত দলনিত অনুষ্ঠিত হোৱা “চাঙে চাঙে কংগ্ৰেছ” শীৰ্ষক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামী, ভাস্কৰ বৰুৱা, ৰামান্না বৰুৱা, উৎপল গগৈ, অজয় কুমাৰ গগৈ, সুৰুজ দিহিঙ্গীয়াকে প্ৰমূখ্য কৰি প্ৰদেশ কংগ্ৰেছ,জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ, যুৱ-কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছৰ অন্যান্য বিষয়ববীয়া সকলে ।