ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া সকলৰ সৈতে এখন পৰ্যালোচনা সভা সম্বোধন কৰেমন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই

pc Facebook
 ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া সকলৰ সৈতে এখন পৰ্যালোচনা সভা সম্বোধন কৰেমন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই
অনলাইন বাৰ্ত্তাসেৱা – অসমৰ মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া সকলৰ সৈতে এখন পৰ্যালোচনা সভা সম্বোধন কৰে। সভাত “এক দেশ, এক ৰেচন কাৰ্ড” “ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি” “প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা” কে আদি কৰি বিভাগৰ অধীনৰ সকলো আঁচনিৰ অগ্ৰগতি সম্পৰ্কে বিশদ পৰ্যালোচনা কৰা হয়। জিলাবাসীয়ে বিভাগীয় সুবিধা সমূহ সহজ আৰু সঠিক ভাৱে লাভ কৰাৰ ক্ষেত্ৰত বিষয়া-কৰ্মচাৰী সকলৰ নিজ দায়িত্ব আগ্ৰহ আৰু আন্তৰিকতাৰে পালন কৰিবলৈও আহ্বান জনোৱা হয় এই সভাৰ জৰিয়তে।