ডিচেম্বৰ – হীৰক কলিতা

Pc Pexels

ডিচেম্বৰ 

হীৰক কলিতা , নলবাৰী

আগলৈ নতুনৰ আশা
আৰু বৰ্তমানত পুৰণিক
হেৰুৱাৰ বেদনা…
স্মৃতিৰ পাতত লিপিবদ্ধ
হয় এটা বছৰৰ ভিন্ন
অভিজ্ঞতা ।
তথাপিও আগবাঢ়ি যাওঁ
শীতৰ কুঁৱলীৰ বাট
ভেদি , এজাক নতুন
ৰ’দ বিচাৰি ।