ঠিকনা – নিৰ্জুনিশা দত্ত

PC - Shutterstock

ঠিকনা

নিৰ্জুনিশা দত্ত
নলবাৰী

” পলাই যাবিনে মোৰ লগত? জীৱনৰ নতুন ঠিকনা দিম ….”

ককায়েক বৌৱেকৰ হুতা মাতৰ আৰত তাইৰ চকুত নতুন সপোনে অগা-দেৱা কৰে …নিজৰ বুলিবলৈ এটি নতুন ঠিকনা ৷
নতুন ঠিকনা ঠিকেই পাইছিল তাই…. সোনাগাছি ৰ আন্ধাৰ কুঠৰীত….!