টি-২০ বেটছমেনৰ ৰেংকিং তালিকাৰ চতুৰ্থ স্থানত বিৰাট কোহলী

pc- hindustan times

টি-২০ বেটছমেনৰ ৰেংকিং তালিকাৰ চতুৰ্থ স্থানত বিৰাট কোহলী

অনলাইন বাৰ্ত্তাসেৱা- আইচিচিয়ে টি-২০১ বেটছমেন ৰেংকিং তালিকা প্ৰকাশ কৰে। ৰেংকিঙ তালিকাত ভাৰতত অধিনায়ক বিৰাট কোহলী চতুৰ্থ স্থান লাভ কৰিছে। এই তালিকাত দক্ষিণ আফ্ৰিকাৰ উইকেটকিপাৰ বেটছমেন কুইন্টন ডি ককে চাৰিটা স্থান আগুৱাই শীৰ্ষ ১০ ত স্থান লাভ কৰে। এই ৰেংকিং তালিকাতে ভাৰতীয় বেটছমেন কে এল ৰাহুল ষষ্ঠ স্থান লাভ কৰে।

 

(RT)