টকিঅ’ অভিমুে ৰাওনা হ’ল ভাৰতীয় বক্সিং দলটো

pc-olympics

অনলাইন বাৰ্ত্তাসেৱা-  টকিঅ’ অভিমুে ৰাওনা হ’ল ভাৰতীয় বক্সিং দলটো।উন্নত অনুশীলনৰ বাবে ইটালীত থকা ভাৰতীয় বক্সিং দলটোৱে টকিঅ’ অভিমুখে ৰাওনা হৈছে।দলটোত আছে অসম কন্যা লাভলীনা বৰগোঁহাই।ইয়াৰোপৰি ভাৰতীয় দলটোৰ সৈতে আছে মেৰী কম, অমিত পংঘাল, মনিষ কৌশিক, চিমৰনজিত কৌৰৰ দৰে দেশৰ আগশাৰীৰ বক্সাৰ।টকিঅ’ অভিমুখে ৰাওনা হোৱাৰ পূৰ্বে ইটালীত ভাৰতীয় জাৰ্ছী পৰিধান কৰি সকলোৱে একলগে উঠিলে ফটো।