টকিঅ’ত পেৰা অলিম্পিয়কত গ্ৰেট ব্ৰিটেইনৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি স্বৰ্ণ দখল প্ৰমোদ ভগতৰ

pc-the indian express

অনলাইন বাৰ্ত্তাসেৱা-  টকিঅ’ত পেৰা অলিম্পিয়ক চতুৰ্থটো স্বৰ্ণ ভাৰতৰ।পেৰা বেডমিণ্টনত চেম্পিয়নৰ খিতাপ প্ৰমোদ ভগতৰ।পুৰুষৰ ছিংগল এছ এল ৩ শাখাত স্বৰ্ণ দখল প্ৰমোদৰ।গ্ৰেট ব্ৰিটেইনৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি স্বৰ্ণ দখল প্ৰমোদ ভগতৰ।