জোনালী নাথ হত্যাকাণ্ডত জড়িত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ

জোনালী নাথ হত্যাকাণ্ডত জড়িত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- জোনালী হত্যাকাণ্ডত জড়িত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হ’ল আজিবৰ ৰহমান নামৰ অভিযুক্তজন। গোৱালপাৰাৰ মাটিয়াৰ পৰা গ্ৰেপ্তাৰ আজিবৰক। আজিবৰ ৰহমানৰ সৈতে মিলি জোনালীক হত্যা কৰিছিল হাছানুৰ ইছলামে। আজিবুৰৰ বিৰুদ্ধে আছে বহু অপৰাধজনিত ঘটনাত জড়িত থকাৰ তথ্য।