জৈৱ বৈচিত্র্য দিৱস উপলক্ষে ১নং টাউন আদৰ্শ বুনিয়াদী বিদ্যালয়ৰ ছাত্র -ছাত্রী সকলৰ মাজত চিত্রাংকণ প্ৰতিযোগিতা 

জৈৱ বৈচিত্র্য দিৱস উপলক্ষে ১নং টাউন আদৰ্শ বুনিয়াদী বিদ্যালয়ৰ ছাত্র -ছাত্রী সকলৰ মাজত চিত্রাংকণ প্ৰতিযোগিতা 

ৰঙিলী বাৰ্ত্তাসেৱা-  জৈৱ বৈচিত্র্য দিৱস উপলক্ষে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS)তৰফৰ পৰা ১নং টাউন আদৰ্শ বুনিয়াদী বিদ্যালয়ৰ ছাত্র -ছাত্রী সকলৰ মাজত চিত্রাংকণ প্ৰতিযোগিতা পতা হয় । প্রতিযোগিতাত ভাগ লোৱা ছাত্র- ছাত্রী সকলৰ মাজৰ পৰা তিনিজন ছাত্র- ছাত্রীক প্ৰথম ,দ্বিতীয়, আৰু তৃতীয় পুৰস্কাৰ প্রদান কৰা হয়। এই অনুষ্ঠান ভাগ সাফল্যমণ্ডিত কৰাত মহাবিদ্যালয়ৰ অধ্যাপক ৰাজীৱ বসুমতাৰী ছাৰে সহায় -সহযোগিতা আগবঢ়াই । লগতে বিদ্যালয় খনিৰ ছাৰ-বাইদেউ আৰু ছাত্র -ছাত্রী সকলে উৎসাহ পূৰ্ণ সহযোগিতা আগবঢ়াই। আমাৰ কার্য -সূচী নিয়াৰিকৈ পালন কৰাত সহায় আগবঢ়োৱাৰ বাবে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS)তৰফৰ পৰা সকলো লৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।