জুবিন মানে কি?
যোগাষীস বৰকটকী
জুবিন মানে তৰোৱাল
জুবিন মানে অসম
জুবিন মানে জনসমুদ্ৰ
জুবিন মানে এটা যোগ
কত হেৰাল এই পৰিচয় ।
হে হৃদয়ৰ স্পন্দন ,
শুনিম তোমাৰ অজস্ৰ গান আৰু কন্দিম
বিচাৰি পাম তোমাক গান ৰ মাজত
কৰিব মুগ্ধ হিয়া ।
কাহানিও এনে জনসমূদ্ৰৰ সোত কোনেও দেখা নাপাব ।
এই এনাজৰী দালেই যে আছিল জুবিন , কোনে বুজিব ।
কি দিব পাৰিম নাজানো
তুমি যে বহুত দিলা তাৰেই প্ৰমাণ ..এইয়া চোৱা
ক্ষাতিৰ টো তুমি কাকো কৰা নাচিলা ৷
কিয় আজি আমাৰ ইমান হেঁপাহ তোমাক এবাৰ কাষৰ পৰা চোৱা ।
চকু মেলা সাৰ পোৱা আৰু কথা কোৱা …
হে হৃদয়ৰ স্পন্দন,
তোমাক সহস্ৰ প্ৰণাম
আমি তোমাৰ ওচৰত চিৰকিতজ্ঞ
মায়াবিনি