জুবিন গাৰ্গৰ মৃত্যুত শোক

জুবিন গাৰ্গৰ মৃত্যুত শোক

ৰঙিলী বাৰ্ত্তাসেৱা- শুক্ৰবাৰে দুপৰীয়া ছিঙ্গাপুৰত সকলোৰে অতি স্নেহৰ প্ৰখ্যাত শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত এছ ইউ চি আই (চি)ৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক চন্দ্ৰলেখা দাসে এক বিবৃতি যোগে কয় যে এগৰাকী প্ৰতিবাদী আৰু অত্যন্ত উচ্চ মান সম্পন্ন গুণী শিল্পী হিচাপে অসম বাসীয়ে তেওঁক সদায় মনত ৰাখিব।