জীৱনৰ আদি পাঠ – যমুনা দুলু বৈশ্য

Pc OECD

অণুগল্প

 জীৱনৰ আদি পাঠ

 যমুনা দুলু বৈশ্য,শুৱালকুছি

অক্লান্ত ভাগৰুৱা জয়াল নিশা পথৰ যাত্ৰী তাই ।

মৃত্যু নামৰ নিভাঁজ শব্দটিয়ে নিৰ্লিপ্ত হৈ থাকে বুকুৰ কাষত !!

দুৰ্গম পথৰ সহচৰে স্মৃতিৰ একাঞ্জলী মৰম ভালপোৱাবোৰ দুচকুৰে বৈ অশ্ৰুৰ ধাৰা ।