জিলিঙণিৰ সুধাকন্ঠক স্মৰণ

জিলিঙণিৰ সুধাকন্ঠক স্মৰণ

ৰঙিলী বাৰ্ত্তাসেৱা–  সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যুবাৰ্ষিকী উপলক্ষে জিলিঙণিৰ উদ্যোগত ৫ নৱেম্বৰত গণেশপাৰা খেলপথাৰত একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ভাতৃ জনপ্ৰিয় কণ্ঠশিল্পী সমৰ হাজৰিকা, শোভা হাজৰিকা,অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই,অসম মহিলা পৰিষদৰ সভানেত্ৰী পূৰবী তালুকদাৰ, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক প্ৰিঞ্চ ফাইজুল হক,১২নং ৱাৰ্ডৰ পাৰিষদ দীপাংকৰ বৈশ্য,২৩ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জিতা দৈমাৰী, বিশিষ্ট শিল্পী কালিৰাম ৰামচিয়াৰী,মহিলা পৰিষদৰ সম্পাদিকা বৰষা নাথ কলিতা,যুৱ পৰিষদৰ সাধাৰণ সম্পাদক সুশান্ত ভট্টাচাৰ্য, মিলনজ্যোতি সংঘৰ সভাপতি স্বপন বসুমতাৰী, পুলক বড়ো, সুশীল বৰঠাকুৰ, নিৰঞ্জন শৰ্মা, ৰীনা দাস।সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মা,জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু।