জাল – সম্প্ৰীতি কোঁৱৰ

Pc Vecteezy

অণুগল্প

জাল

সম্প্ৰীতি কোঁৱৰ,
এজিমালা,কেৰেলা

টেবলেট কেইটা হাতত লৈ চিধাই সি ঘৰলৈ বুলি খোজ ল’লে।

মনত বিৰাট আনন্দ।বহুদিনৰ ইচ্ছা এটা আজি পূৰণ হ’ব।

ঘৰত গৈ পিছে তাইৰ ইচ্ছাটোহে পূৰণ হ’ল। সি একো তলকিবই নোৱাৰিলে।