জাপানৰ স্বাস্থ্য মন্ত্ৰালয়ে নোভাভেক্সৰ কোভিড-১৯ ভেকছিনৰ অনুমোদন 

PC-Outlook India

জাপানৰ স্বাস্থ্য মন্ত্ৰালয়ে নোভাভেক্সৰ কোভিড-১৯ ভেকছিনৰ অনুমোদন 

 ৰঙিলী বাৰ্ত্তাসেৱা-  জাপানৰ স্বাস্থ্য মন্ত্ৰালয়ে  নভাক্সৰ কোভিড-১৯ ভেকছিনক দেশখনত ব্যৱহাৰৰ বাবে চতুৰ্থ বিদেশী-বিকশিত ভেকছিন হিচাপে অনুমোদন জনাইছে। মন্ত্ৰালয়ৰ বিশেষজ্ঞ পেনেলে এদিন আগতে প্ৰ’টিন-আধাৰিত ভেকছিনটো সমৰ্থন কৰিছিল। জাপান চৰকাৰে নভাভেক্সৰ কোভিড-১৯ ভেকছিনৰ ১৫০ নিযুত পালি ক্ৰয় কৰিবলৈ সন্মত হৈছে যিটো মে’ মাহৰ শেষৰ ফালে ব্যৱহাৰৰ বাবে উপলব্ধ হ’ব বুলি আশা কৰা হৈছে।