জম্মু-কাশ্মীৰ চৰকাৰৰ ছয়জন কৰ্মচাৰীক সন্ত্ৰাসবাদী সম্পৰ্কৰ অভিযোগত বৰ্খাস্ত

pc Rediffmail

জম্মু-কাশ্মীৰ চৰকাৰৰ ছয়জন কৰ্মচাৰীক সন্ত্ৰাসবাদী সম্পৰ্কৰ অভিযোগত বৰ্খাস্ত

অনলাইন বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰ চৰকাৰৰ ছয়জন কৰ্মচাৰীক সন্ত্ৰাসবাদী সম্পৰ্কৰ অভিযোগত আৰু অভাৰ গ্ৰাউণ্ড ৱৰ্কৰ্ছ (ওজিডব্লিউ) হিচাপে কাম কৰাৰ বাবে বৰ্খাস্ত কৰে। বৰ্খাস্ত কৰা সকলৰ ভিতৰত ২ জন আৰক্ষী আছিল। লগতে এজন শিক্ষক আছিল যি এতিয়া নিষ্ক্ৰিয় হৈ পৰা সন্ত্ৰাসবাদী সংগঠনৰ জিলা কমাণ্ডাৰ আছিল। জম্মু আৰু কাশ্মীৰ প্ৰশাসনৰ এখন মনোনীত সমিতিয়ে বৰ্খাস্তৰ অনুমোদন জনাইছিল বুলি জনা গৈছে।

(RT.)