জম্মু-কাশ্মীৰৰ বাৰামুলা এনকাউণ্টাৰত ১ জন আৰক্ষী শ্বহীদ

pc hindustan times

জম্মু-কাশ্মীৰৰ বাৰামুলা এনকাউণ্টাৰত ১ জন আৰক্ষী শ্বহীদ

ৰঙিলী বাৰ্ত্তাসেৱা-  বুধবাৰে ৰাতিপুৱা আৰম্ভ হোৱা বাৰামুলা জিলাত সংঘৰ্ষৰ সময়ত তিনিজন পাকিস্তানী সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে জম্মু-কাশ্মীৰৰ এজন আৰক্ষী শ্বহীদ হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। কাশ্মীৰ অঞ্চলৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে টুইট কৰি কয় যে অভিযানটোত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদকে ধৰি আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰা হৈছে।