জম্মু-কাশ্মীৰত নিজা দল গঠন কৰিব: কংগ্ৰেছ ত্যাগ কৰাৰ পিছত গুলাম নবী

Pc Times of India

জম্মু-কাশ্মীৰত নিজা দল গঠন কৰিব: কংগ্ৰেছ ত্যাগ কৰাৰ পিছত গুলাম নবী

ৰঙিলী বাৰ্ত্তাসেৱা-   কংগ্ৰেছ ত্যাগ কৰা প্ৰবীণ ৰাজনীতিবিদ গুলাম নবী আজাদে মন্তব্য কৰে যে তেওঁ জম্মু-কাশ্মীৰলৈ গৈ তাত নিজাকৈ দল গঠন কৰিব। তেওঁ কোৱা অনুসৰি,”[মই] পিছত ৰাষ্ট্ৰীয় সম্ভাৱনা (নতুন দলৰ বাবে) পৰীক্ষা কৰিম।”তেওঁ বিজেপিৰ সৈতে যোগাযোগত আছিল বা যোগদান কৰিব বুলি কৰা জল্পনা-কল্পনাও নাকচ কৰে।