‘জনসেৱা সঁচা মানুহ বিচাৰি’ৰ অভিনন্দন অনুষ্ঠান

‘জনসেৱা সঁচা মানুহ বিচাৰি’ৰ অভিনন্দন অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ধীৰেনপাৰাস্থিত স্বেচ্ছাসেৱী সংস্থা ‘জনসেৱা সঁচা মানুহ বিচাৰি’ৰ উদ্যোগত বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো ১৩ জুলাইত আবেলি ৩:৪৫ বজাত ধীৰেনপাৰাস্থিত নৱজাগৰণ সংঘৰ প্ৰাংগনত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছেবা আৰু চি বি এছ ইৰ ফটাশিল- গড়চুক অঞ্চলৰ ছাত্ৰ- ছাত্ৰীক অভিনন্দন জনোৱা হ’ব৷ইচ্ছ্যুক, ফটাশিল-গড়চুক এলেকাৰ ছাত্ৰ-ছাত্ৰীয়ে মাৰ্কচিতৰ কপী সভাপতি/সম্পাদক তথা হোৱাটচ এপ ৯৯৫৪৩-১৩৫১৯, ৯৪৩৫১-১০৪২৪ নম্বৰত ১১ জুলাইৰ ভিতৰত সংস্থাৰ সভাপতি কুমুদ শৰ্মা,সম্পাদক নুৰুল হক আহমেদৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে৷