‘জনসেৱা সঁচা মানুহ বিচাৰি’ৰ কৰ্মশালা

‘জনসেৱা সঁচা মানুহ বিচাৰি’ৰ কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বেচ্ছাসেৱী সংস্থা ‘জনসেৱা সঁচা মানুহ বিচাৰি’ৰ উদ্যোগত চম্পাৱতী হাইস্কুল প্ৰাংগনত বিহু কৰ্মশালাৰ শুভ উদ্বোধন কৰা হয়৷সংস্হাৰ সম্পাদক নুৰুল হক আহমেদে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে মুকলি কৰে সভাপতি কুমুদ শৰ্মাই৷প্ৰশিক্ষক হিচাপে উপস্থিত থাকে অযুত বৰা,সমীৰ বৰা,কস্তুুৰী কাশ্যপ,মৃনাল দাস আদি৷ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাত প্ৰায় ৫৫ জনে অংশগ্ৰহণ কৰে৷