ছিংগাপুৰত উপস্থিত হোৱাৰ পিছত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ পদত্যাগ 

Pc Telangana Today

ছিংগাপুৰত উপস্থিত হোৱাৰ পিছত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ পদত্যাগ 

ৰঙিলী বাৰ্ত্তাসেৱা-   শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে ছিংগাপুৰত উপস্থিত হোৱাৰ পিছত পদত্যাগ কৰিছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে সংসদৰ অধ্যক্ষ মহিন্দা য়াপা আবেৱাৰ্দানালৈ পদত্যাগপত্ৰ ইমেইল যোগে প্ৰদান কৰে বুলি শ্ৰীলংকাৰ অধ্যক্ষৰ কাৰ্যালয়ে কয়।