ছায়া ছ‌বি – প্ৰভাত বণিয়া

Pc Unsplash

ছায়া ছ‌বি

প্ৰভাত বণিয়া

তোমাক দেখো
পুৱা গধুলি
এই আছা এই নাই
লুকাভাকু
দেখোনে নেদেখোঁ তোমাৰ মোহময়ী আত্মা
বুকুত জ্বলে
বিৰহৰ তীব্ৰ অনল
অশীতিপৰ মন ধুৱলী কুঁৱলী
নিসংগ জীৱনে বিচাৰে
মাথো তোমাক।