চৰিত্ৰ – মালবিকা দেৱী

অণুগল্প

চৰিত্ৰ

মালবিকা দেৱী,শোণিতপুৰ

প্ৰাক্তন প্ৰেমিকাৰ ঘৰত ক’ৰ্ট মেৰিজৰ কাগজ চাই মোমায়েকে ৰিয়াৰ বিয়াখন তিনিদিনৰ আগতে কেনচেল কৰি আহিল। নহ’লে গোটেই জীৱনটো তাই কান্দিব লাগিল হয়।