চৰকাৰৰ পেট্ৰ’ল ডিজেলৰ ওপৰত ৰপ্তানি শুল্ক বৃদ্ধি 

Pc The Financial Express

চৰকাৰৰ পেট্ৰ’ল ডিজেলৰ ওপৰত ৰপ্তানি শুল্ক বৃদ্ধি 

ৰঙিলী বাৰ্ত্তাসেৱা-  চৰকাৰে পেট্ৰ’ল, ডিজেল আৰু এভিয়েচন টাৰ্বাইন ইন্ধনৰ (এটিএফ) ওপৰত ৰপ্তানি শুল্ক বৃদ্ধি কৰে। পেট্ৰ’লৰ ওপৰত ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ৬টকা  আৰু ডিজেলত প্ৰতি লিটাৰত ১৩ টকালৈ বৃদ্ধি কৰা হৈছে। এটিএফৰ ওপৰত ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ৬ টকা বৃদ্ধি কৰা হৈছে। বিভিন্ন ইন্ধনৰ ওপৰত ৰপ্তানি শুল্ক বৃদ্ধিয়ে ঘৰুৱা ইন্ধনৰ মূল্য বৃদ্ধি নকৰে।