চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বিমানৰ ওপৰত নিষেধাজ্ঞা বৃদ্ধি কৰিছে জুলাইৰ শেষলৈ

চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বিমানৰ ওপৰত নিষেধাজ্ঞা বৃদ্ধি কৰিছে জুলাইৰ শেষলৈ

অনলাইন বাৰ্তাসেৱা – ভাৰত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক বিমানৰ ওপৰত নিষেধাজ্ঞা ৩১ জুলাইলৈ বৃদ্ধি কৰিছে, অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে বুধবাৰে প্ৰকাশ কৰিছে।
যদিও কোভিড-১৯ মহামাৰীৰ বাবে ২৩ মাৰ্চ ২০২০ৰ পৰা ভাৰতত অনুসূচীত আন্তঃৰাষ্ট্ৰীয় যাত্ৰী সেৱা স্থগিত ৰখা হৈছে। কিন্তু নিৰ্বাচিত দেশসমূহৰ সৈতে যোৱা বছৰৰ মে মাহৰ পৰা বন্দে ভাৰত মিছনৰ অধীনত বিশেষ আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল কৰি আহিছে।