চুৰাটত ভাৰতৰ প্ৰথম ষ্টীল স্লেগ ৰোড উদ্বোধন

চুৰাটত ভাৰতৰ প্ৰথম ষ্টীল স্লেগ ৰোড উদ্বোধন

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় মন্ত্ৰী ৰাম চন্দ্ৰ প্ৰসাদ সিঙে গুজৰাটৰ চুৰাটত ষ্টীল শ্লেগৰে নিৰ্মিত ছয় লেনৰ এক কিলোমিটাৰ ঘাইপথ উদ্বোধন কৰে। ষ্টীল স্লেগ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এইটো ভাৰতৰ প্ৰথম পথ। মন্ত্ৰীগৰাকীয়ে কয় যে ১০০% ষ্টীল প্ৰচেছড স্লেগ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা পথটো আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰিত কৰাৰ লগতে তীখা উদ্যোগৰ বহনক্ষমতা বৃদ্ধি কৰাৰ এক প্ৰকৃত উদাহৰণ।