চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ভাৰতৰ সম্পৰ্ক মজবুত – সমুজ্জ্বল ডেকা

Pc The Hans India

চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ভাৰতৰ সম্পৰ্ক মজবুত

সমুজ্জ্বল ডেকা, ৰঙিয়া 
স্নাতক তৃতীয় ষাণ্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়

বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত বিজেপিয়ে ভাৰতবৰ্ষৰ লগত অন্য দেশৰ সৈতেও বেপাৰ-বাণিজ্যৰে অৰ্থনৈতিক দিশ সবল কৰাত বিশেষ ভূমিকা পালন কৰাৰ পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে কনচাৰ্ট বা তেনেধৰণৰ অনুষ্ঠানে অৰ্থৰ ভেটি মজবুত কৰে। গতিকে নিশ্চিতভাৱে ক’ব পাৰি যে মহাউপনিষদত উল্লেখ থকা “বসুধৈৱ কুটুম্বকম্” কথাষাৰ আখৰে আখৰে পালন কৰিছে। ভাৰতবৰ্ষ “বিশ্বগুৰু” হোৱাৰ দিশে আগবাঢ়ি আছে।