চীনত বৰ্ধিত কোভিড-১৯ ঘটনাৰ বাবে এছিয়ান পেৰা গেমছ ২০২২ স্থগিত

pc The Indian Express

চীনত বৰ্ধিত কোভিড-১৯ ঘটনাৰ বাবে এছিয়ান পেৰা গেমছ ২০২২ স্থগিত

ৰঙিলী বাৰ্ত্তাসেৱা–  চীনৰ হাংঝৌত ৯ ৰ পৰা ১৫ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া এছিয়ান পেৰা গেমছ ২০২২ দেশখনত কোভিড-১৯ ৰ ঘটনা বৃদ্ধিৰ মাজতে ২০২৩ চনলৈ পিছুৱাই দিয়া হৈছে, আয়োজকসকলে ঘোষণা কৰে। একেটা কাৰণতে ৬ মে’ত হাংঝৌ এছিয়ান গেমছ অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়াৰ দুসপ্তাহতকৈও কম সময়ৰ ভিতৰত এই সিদ্ধান্ত লোৱা হৈছে।