চিলা – সুমিত্ৰা বৰগোহাঁই

Pc Hyderabad Mail

অণু গল্প

চিলা

সুমিত্ৰা বৰগোহাঁই
ধেমাজি

ৰঙা , নীলা, সেউজীয়া কাগজৰে শৈশৱতে চিলা উৰুৱা কথাটো ৰাজীৱৰ পুনৰ সজীৱ হৈ উঠিল।

এতিয়া নকৈ এজাক এজাক কৈ বতাহ বলিছে ।উৰিছে গামোচা চিলা।