চামগুৰিত “আমি পঢ়োঁ আহক”পুথিভঁৰাল স্থাপন 

চামগুৰিত “আমি পঢ়োঁ আহক”পুথিভঁৰাল স্থাপন 

ৰঙিলী বাৰ্ত্তাসেৱা-  “আমি পঢ়োঁ আহক”পুথিভঁৰাল।অসমীয়া গিৰী কৰ্ম এক জাগৰণ দীপু বৰুৱা ফেচবুক গ্রুপৰ সৌজন্যত,স্থানীয় শিশু,যুৱক,যুৱতী সকলৰ শিক্ষাৰ পৰিসৰ তথা আধুনিকতা গ্ৰাসত মোবাইলৰ যি ব্যৱহাৰ তাৰ ওপৰত ভিত্তি কৰি দীপু বৰুৱা ,গাঁও চামগুৰি, ডাক-গোঁসাইবাৰী জিলা লখিমপুৰ অসম নিজৰ ঘৰৰ পদূলিৰ সন্মুখত সাধাৰণ কৈ বাঁহ বেৰৰৰ নিৰ্মিত এটি পুথিভঁৰাল স্থাপন কৰা হয় 19 নৱেম্বৰ 2021 চনত।পুথিভঁৰাল ভাগ উন্মোচন কৰে বিহুপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকা দেৱে।কৰ্ম লগতে শিক্ষা,সংস্কৃতিৰ ওপৰত নৱ প্ৰজন্মকৈ কেনেকৈ এটা সুন্দৰ পথ দেখুৱাব পাৰি তাৰ উদ্দেশ্য ৰে মুৰ্গী কাটি জমা কৰা পইচাৰে ,মিচিং যুৱক সকলৰ সহযোগিতা ত এনেকৈ এটি পুথিভঁৰাল নিৰ্মাণ কৰি উলিয়াও।প্ৰত্যেক আবেলি এনেকৈ গাঁওৰ স্থানীয় শিশু সকলে কিতাপ পঢ়িবলৈ আহে।