চাইৰা ইছলাম বৰাৰ ’স্মৃতিৰ এখিলা পাত’ উন্মোচন

চাইৰা ইছলাম বৰাৰ ’স্মৃতিৰ এখিলা পাত’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  চাইৰা ইছলাম বৰাৰ প্ৰবন্ধ সংকলন “স্মৃতিৰ এখিলা পাত” অগ্ৰদূত ভৱনত উন্মোচন কৰে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি,দৈনিক অগ্ৰদূতৰ সম্পাদক কনকসেন ডেকাই৷অনুষ্ঠানটোত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি সূৰ্য কান্ত হাজৰিকা,ড° দয়ানন্দ পাঠক, ভৱানী প্ৰসাদ,লেখিকা ৰমিচা বেগম আদি কেইগৰাকী বিশিষ্ট ব্যক্তি৷