চলচ্চিত্ৰ নিৰ্মাতা সৱান কুমাৰ টাকৰ ৮৬ বছৰ বয়সত মৃত্যু

Pc Times of India

চলচ্চিত্ৰ নিৰ্মাতা সৱান কুমাৰ টাকৰ ৮৬ বছৰ বয়সত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  বলীউডৰ চলচ্চিত্ৰ নিৰ্মাতা সৱান কুমাৰ টাকৰ  ৮৬ বছৰ বয়সত মুম্বাইত মৃত্যু হয়। “আজি আবেলি প্ৰায় ৪:১৫ বজাত সৱান জী হৃদৰোগত আক্ৰান্ত হয়। একাধিক অংগ বিকল হোৱাৰ ফলত তেওঁৰ মৃত্যু হৈছিল বুলি তেওঁৰ ভতিজাকে সংবাদ মাধ্যমৰ আগত কৈছিল।