ঘোষণা কৰা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল

Pc Times of India

ঘোষণা কৰা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল

ৰঙিলী বাৰ্ত্তাসেৱা- ঘোষণা কৰা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাৰ লগে লগে SEBAই ঘোষণা কৰিলে ফলাফল। ১০টাকৈ ৱেবছাইটত ঘোষণা কৰা হৈছে মেট্ৰিকৰ ফলাফল। প্ৰথম স্থান – হৃদম ঠাকুৰীয়া, শংকৰদেৱ শিশু নিকেতন, ঢেকীয়াজুলি (৫৯৬), দ্বিতীয় স্থান – ইছৰত ফাৰিহা, নগাঁও চৰকাৰী গভৰ্ণমেণ্ট বয়জ এইচ এছ স্কুল (৫৯৩),লাকী দেৱী চৌধুৰী, আনন্দ বিদ্যা নিকেতন, নলবাৰী (৫৯৩), মনমিতা শৰ্মা, আনন্দ বিদ্যা নিকেতন, নলবাৰী (৫৯৩), আদিত্য অনুপম কোঁৱৰ, ছেইণ্ট যোছেফ স্কুল, সোণাৰি (৫৯৩), তৃতীয় স্থান-  নিলুফাৰ ৰহমান, দুমুনীচকী ইংলিছ স্কুল, দৰং (৫৯২), অনিন্দিতা বৰা, আদৰ্শ বিদ্যাপীঠ, ভোলাগুৰি, গোলাঘাট (৫৯২),মৃগাংক ভট্টাচাৰ্য, শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট (৫৯২) চতুৰ্থ স্থান – জুবেইৰ ইছলাম, ছেইণ্ট টেৰেছাছ ইংলিছ মেডিয়াম স্কুল, বৰপেটা (৫৯১), ৰিতুপণ দাস, বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন, বৰপেটা (৫৯১),ছিনম জয়ফাবি চানু, হলী ক্ৰছ স্কুল, কাবুগঞ্জ, কাছাৰ (৫৯১), দেৱাংগনা ডেকা, লিটিল ফ্লাৱাৰ এইচ এছ স্কুল, ডিব্ৰুগড় (৫৯১), স্বাতী কিৰণ গগৈ, ছেইণ্ট জেভিয়াৰ্ছ স্কুল, দুলীয়াজান, ডিব্ৰুগড় (৫৯১), ৰাজীৱ পাল, সোণাপুৰ পুখুৰীয়া হাই স্কুল, লখিমপুৰ (৫৯১), অদিতি ভূঞা, ছেইণ্ট মেৰিজ এইচ এছ স্কুল, গুৱাহাটী (৫৯১), পঞ্চম স্থান – কিন্নৰী দত্ত, ছেইণ্ট মেৰিজ হাই স্কুল, উত্তৰ লখিমপুৰ (৫৯০), সুস্মিতা পোদ্দাৰ, খ্ৰীষ্টজ্যোতি স্কুল, নগাঁও, (৫৯০), নিলুৎপল মণ্ডল, শংকৰদেৱ শিশু নিকেতন, আমোলাপট্টী, নগাঁও (৫৯০) ,উপকুলল পৰাশৰ, জাতীয় বিদ্যালয়, কাহিলীপাৰা, গুৱাহাটী (৫৯০), অনন্ত জৈন, হেপী চাইল্ড হাই স্কুল, গুৱাহাটী (৫৯০) ষষ্ঠ স্থান – নিকুঞ্জ হাজৰিকা, আনন্দৰাম বৰুৱা একাডেমী হাইস্কুল, বৰপেটা (৫৮৯), অক্ষয় কয়েল, ডন বস্ক’ এইছ এচ স্কুল, বৈৰাগীমঠ, ডিব্ৰুগড় (৫৮৯), সন্দিতা দাস, শংকৰদেৱ শিশু নিকেতন, বোৰ্কা সাতগাঁও, কামৰূপ (৫৮৯), ৰিস্মিতা মহন্ত, লিটিল ফ্লাৱাৰ স্কুল, নলবাৰী (৫৮৯), সঞ্জনা কৌৰ, ছেইণ্ট মেৰিজ এইছ এচ স্কুল, গুৱাহাটী (৫৮৯), অন্তৰা মোবাচ্ছিৰা হক খন্দকাৰ, অসম জাতীয় বিদ্যালয়, নুনমাটি (৫৮৯), সপ্তম স্থান – প্লাবিতা দাস, শংকৰদেৱ শিশু নিকেতনষ বাঘমাৰা, বৰপেটা (৫৮৮), পীযূষ নাথ, শংকৰদেৱ শিশু নিকেতন, ভৱানীপুৰ, বৰপেটা (৫৮৮), প্ৰতীক্ষা প্ৰিয়ম মহন্ত, ডন বস্ক’ হাই স্কুল, ডেৰগাঁও, গোলাঘাট (৫৮৮),সুদৰ্শনা ভূঞা, টীয়ক জাতীয় বিদ্যালয়, যোৰহাট (৫৮৮), নাছিৰুজ্জামান ফাৰুকী, অল আমিন ইছলামিক মডেল স্কুল, কামৰূপ (৫৮৮),নিশান্ত বৰা, ৰামানুজন ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও (৫৮৮),জোনাক কাশ্যপ, ডুমডুমা হায়াৰ ছেকেণ্ডাৰী বিদ্যাপীঠ, শোণিতপুৰ (৫৮৮), অষ্টম স্থান – নিশান্ত লহকৰ, আনন্দৰাম বৰুৱা একাডেমী হাই স্কুল, বৰপেটা (৫৮৭), ইপাশ্ৰী ঘোষ, মাৰিয়া হাই স্কুল, বৰপেটা (৫৮৭), ফাৰহান আছিফ আৰবিয়া, ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয় (৫৮৭), ছাহিল ছিদ্দিকি, জে এন মেম’ৰিয়েল হায়াৰ ছেকেণ্ডাৰী স্কুল, আগিয়া, গোৱালপাৰা (৫৮৭),অৰ্ণব জ্যোতি দাস, শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া, কামৰূপ (৫৮৭), কুলদীপ হাজৰিকা, ধলপুৰ এইচ এছ স্কুল, লখিমপুৰ (৫৮৭), ৰাজদীপ কলিতা, লুইত একাডেমী হাই স্কুল, নলবাৰী (৫৮৭),শাৰংগনা ভূঞা, গহপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুল, বিশ্বনাথ (৫৮৭),পাৰ্থ প্ৰতিম ভূঞা, মৰ্ণিং ষ্টাৰ হাই স্কুল, বিশ্বনাথ (৫৮৭),জিষ্ণু বৰগোহাঁই, সাপেখাতী হায়াৰ ছেকেণ্ডাৰী স্কুল (৫৮৭), নৱম স্থান – ৰীতাজা দেৱ, শিলচৰ কলেজিয়েট স্কুল, কাছাৰ (৫৮৬), দিক্ষিতা ভট্টাচাৰ্য, হলী ক্ৰছ এইচ এছ স্কুল, কাছাৰ (৫৮৬),নছাদ ফাৰহা, দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়, দৰং (৫৮৬),বনশ্ৰী গগৈ, লিটিল ফ্লাৱাৰ এইচ এছ স্কুল, ডিব্ৰুগড় (৫৮৬),সুকন্যা দাস, ৰ’লেণ্ডছ মেম’ৰিয়েল হাই স্কুল, কৰিমগঞ্জ (৫৮৬),পলক জাজু, ব্ৰুকফিল্ড স্কুল, লখিমপুৰ (৫৮৬),অংকিতা শইকীয়া, ছেইণ্ট মেৰিজ হাই স্কুল, উত্তৰ লখিমপুৰ (৫৮৬),বিপাশা শৰ্মা, আছাম একাডেমী, নলবাৰী (৫৮৬),হৃষিকেশ কলিতা, লিটিল ফ্লাৱাৰছ স্কুল, নলবাৰী (৫৮৬), অনিন্দিতা শইকীয়া, হলী নেম স্কুল, শিৱসাগৰ (৫৮৬),বৰষ বৰষা চেতিয়া, শংকৰদেৱ শিশু নিকেতন, শিমলুগুৰি, শিৱসাগৰ (৫৮৬), দশম স্থান – ৰজত ঘোষ, খ্ৰীষ্ট কিং হাই স্কুল, গোগামুখ, ধেমাজি (৫৮৫),প্ৰিনিষ্ঠা বৰা, খ্ৰীষ্টজ্যোতি হাই স্কুল, বোকাখাত, গোলাঘাট (৫৮৫),বিপাঞ্চী ডেকা, পায়নিয়াৰ একাডেমী পুঠিমাৰী, কামৰূপ (৫৮৫),প্ৰজ্ঞান শৰ্মা, বিবেকানন্দ বিদ্যা নিকেতন, টিহু, নলবাৰী (৫৮৫), অচ্যুৎ বৰুৱা, বিদ্যাভৱন, ডিমুৱেল, শিৱসাগৰ (৫৮৫),নীলাভ পাঠক, অসম জাতীয় বিদ্যালয়, নুনমাটি (৫৮৫), ৰিতুৰাজ বৰকটকী, মৰাণ হায়াৰ ছেকেণ্ডাৰী স্কুল, চৰাইদেউ (৫৮৫)।