ঘইৰাটক গুৰুত্বপূৰ্ণ উপাচার্য পদত বহুওৱা বিষয়টোত তীব্র ক্ষোভ প্রকাশ কাবুলৰ বাবুৰিক বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলৰ

pc World Scolarship Forum

ঘইৰাটক গুৰুত্বপূৰ্ণ উপাচার্য পদত বহুওৱা বিষয়টোত তীব্র ক্ষোভ প্রকাশ কাবুলৰ বাবুৰিক বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলৰ

অনলাইন বাৰ্ত্তাসেৱা – বিশ্ববিদ্যালয়ৰ উপাচার্য পদত নিযুক্তি দিয়া হৈছে তালিবানৰ ঘনিষ্ঠ মহম্মদ আশ্রফ ঘইৰাটক। ইয়াৰ  বিপৰীতে বিশিষ্ট শিক্ষাবিদ মহম্মদ ওছমান বাবুৰিক বৰ্খাস্ত কৰা হয় উপাচার্যৰ পদৰ পৰা। তাৰ পিছতে এই কাৰ্যৰ প্ৰতিবাদ জনাই ৭০ গৰাকী শিক্ষকে বিশ্ববিদ্যালয়ৰ পৰা পদত্যাগ কৰিছে। বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে শিক্ষাবিদ মহম্মদ ওছমান বাবুৰিক এনেদৰে অপসাৰণ কৰি মাত্ৰ স্নাতক ডিগ্ৰীধাৰী ঘইৰাটক গুৰুত্বপূৰ্ণ উপাচার্য পদত বহুওৱা বিষয়টোত তীব্র ক্ষোভ প্রকাশ কৰিছে।