গোলাম আহমেদ মিৰৰ জম্মু-কাশ্মীৰ কংগ্ৰেছৰ মুৰব্বী পদৰ পৰা পদত্যাগ 

Pc Hindustan Times

গোলাম আহমেদ মিৰৰ জম্মু-কাশ্মীৰ কংগ্ৰেছৰ মুৰব্বী পদৰ পৰা পদত্যাগ 

ৰঙিলী বাৰ্ত্তাসেৱা-  জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলে গুলাম আহমদ মিৰে। “কংগ্ৰেছ দলৰ পৰম্পৰা হৈছে যে যিকোনো পৰিৱৰ্তনৰ আগতে, বিদ্যমান কাৰ্য্যালয়ৰ বিষয়াসকলে তেওঁলোকৰ পত্ৰ প্ৰদান কৰে। ময়ো একেখিনি কাম কৰিছো,” মিৰে কয়। গোলাম আহমেদ মিৰ সাত বছৰতকৈও অধিক সময় জে কে পি চি চিৰ মুৰব্বী আছিল।