গোলাঘাট আন্তঃ আঞ্চলিক ফুটবল প্রতিযোগিতাত কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিজয়

গোলাঘাট আন্তঃ আঞ্চলিক ফুটবল প্রতিযোগিতাত কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিজয়

গোলাঘাট,ৰূপাংক বৰুৱা,ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত,গোলাঘাট আঞ্চলিক ছাত্র সন্থাৰ আতিথ্যত ২৬,২৭আৰু ২৮ ডিচেম্বৰ ২০২৫ তাৰিখে অনুষ্ঠিত হোৱা আন্তঃ আঞ্চলিক ফুটবল প্রতিযোগিতাত কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই অংশ গ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ ফাইনেল খেলখন কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থা বনাম মহুৰা আঞ্চলিক ছাত্ৰ সন্থাৰ মাজত অনুষ্ঠিত হয় । হাজাৰোধীক দৰ্শকৰ উপস্থিতিত এই খেল খনত কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই ১-০ ত মহুৰা আঞ্চলিক ছাত্ৰ সন্থাক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে।