গোলাঘাটৰ ফৰকাটিং চক্রধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

গোলাঘাটৰ ফৰকাটিং চক্রধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  নিশা গোলাঘাটৰ ফৰকাটিং চক্রধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ কাষৰ গছত প্রচণ্ড খুন্দা তীব্রবেগী বাইকৰ। থিতাতে নিহত দুজন যুৱক।নিহত দুই যুৱকৰ নাম বিজিত ভূঞা আৰু মাৰ্টিনাছ কেৰকেটা। ঘটনাস্থলীত নিশাই উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ।