গোলাঘাটৰ জামুগুৰি চাৰিআলিত ব’লেৰো আৰু টেক্টৰ মুখামুখি সংঘষ

গোলাঘাটৰ জামুগুৰি চাৰিআলিত ব’লেৰো আৰু টেক্টৰ মুখামুখি সংঘষ

মৃগাংক বৰুৱা, গোলাঘাট, বাৰ্ত্তাসেৱা – আজি ৫ মান বজাত গোলাঘাটৰ জামুগুৰি চাৰিআলিত ব’লেৰো আৰু টেক্টৰ মুখামুখি সংঘষ । কথপিপ্ৰাণ ৰক্ষা পৰিল কেইবাজনো লোকৰ। বলেৰো খনে নিয়ন্ত্ৰণ হেৰুৱাই টেক্টৰ খনত খুন্দামাৰি দিয়াত এখন মটৰ চাইকেলত অহা দুজনলোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে। উল্লেখ্য যে এ এচ ০৫ ৪ এম ০১৫৭ নম্বৰৰ বলেৰে খনৰ ধনিশিৰি মহকুমাৰ চাংপুলৰ সোনাৰাম গগৈ বুলি জানিব পৰা গৈছে।উল্লেখ্য যে সোনাৰাম গগৈয়ে অত্যাধিক সুৰাপান কৰাৰ ফলতে এনে ধৰণৰ ঘটনা সংঘটিত হ’ল।উক্ত দুৰ্ঘটনাৰ ফলত এগৰাকী যুৱতী আঘাট প্ৰাপ্ত হোৱাৰ লগতে এখন মটৰ চাইকেল ক্ষতি সাধন হয়।ঘটনাস্থলীত জামুগুৰি থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।