গোলাঘাটত “ৰুদ্ৰম শিল্পী সমাজ”প্ৰতিষ্ঠা

গোলাঘাটত “ৰুদ্ৰম শিল্পী সমাজ”প্ৰতিষ্ঠা

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাটৰ ৰাইদঙীয়া বামুণ গাঁৱৰ কেইগৰাকী মান সাংস্কৃতিবান শিল্পী মিলিত হৈ “ৰুদ্ৰম শিল্পী সমাজ”নামৰ এটি সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠা কৰে।উদেশ্য বিভিন্ন ঠাইত ভাওনা প্ৰদৰ্শন আৰু ভাওনাৰ বিষয়ে প্ৰচাৰ কৰা।উক্ত অনুষ্ঠানটিৰ সভাপতি সঞ্জীৱ তামুলী,সম্পাদক খনিন্দ্ৰ ৰাজখোৱা,পৰিচালক -জিতেন ৰাজখোৱা। তেখেত সকলোৰে যোগাযোগৰ বাবে এই নম্বৰটি দিছে-600020902/8638607208।