গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে আৰক্ষীৰ গুলীচালনাৰ ঘটনা

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে আৰক্ষীৰ গুলীচালনাৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা– গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে আৰক্ষীৰ গুলীচালনাৰ ঘটনা। নাৰেংগীত পুনৰ আৰক্ষীয়ে চিলনী চোৰলৈ লক্ষ্য কৰি চলালে গুলী। আৰক্ষীৰ গুলীত আহত আমিৰ আলী নামৰ এটা চিলনী চোৰ। আহত আমিৰ আলীক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰাৰ চেষ্টা চলাওঁতেই গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী। নাৰেংগীত সংঘটিত হৈছে এই ঘটনা।